গুৱাহাটীঃ গুৱাহাটী মহানগৰীত মহিলাক দলবদ্ধ ধৰ্ষণৰ ঘটনা। হাতীগাঁও নীলকমল পথৰ ২৪নং ভাড়াঘৰত এই জঘন্য ঘটনা সংঘটিত হৈছে। ইতিমধ্যে হাতীগাঁও আৰক্ষীয়ে ধৰ্ষণকাণ্ডৰ লগত জড়িত তিনিজনক গ্ৰেপ্তাৰ কৰিছে। আটকাধীন তিনি ধৰ্ষণকাৰী আশ্ৰাফুল আলী, নাইমুদ্দিন আলী, মুকুল ইছলাম। জানিব পৰা মতে, অভিযুক্ত কেইজনে ভাত খাবলৈ মাতি নি কাৰ্বি মহিলা গৰাকীক দলবদ্ধ ধৰ্ষণ কৰে। প্ৰাপ্ত খবৰ অনুসৰি, তিনিও জন […]
Tag: Guwahati rape
Posted inঅসম