গুৱাহাটীঃ আজি অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা। দুয়োগৰাকী নেতাৰ অসম ভ্ৰমণৰ পূৰ্বে উপ-আৰক্ষী আয়ুক্ত, যান-বাহন শাখাই এক প্ৰেছ বিবৃত্তিযোগে যান বাহন চলাচলৰ ক্ষেত্ৰত কিছু নিষেধাজ্ঞা জাৰি কৰে। ৭ অক্টোবৰৰ পৰা ৯অক্টোবৰলৈ যান-বাহন চলাচলৰ ক্ষেত্ৰত এই নিষেধাজ্ঞা আৰোপ কৰা হৈছে- ১. ৭অক্টোবৰ পুৱা ১১.৩০ বজাৰ পৰা নিশা ১১বজালৈ […]