Posted inঅসম

ইউক্ৰেইনৰ বন্ধুক লগত লৈ স্বদেশত উপস্থিত হ’ল এগৰাকী শিক্ষাৰ্থী

গুৱাহাটীঃ অশান্ত-জৰ্জৰ ইউক্ৰেইনত চাৰিওদিশে মাথো গোলাবৰ্ষনৰ শব্দ। বোমাৰ পোহৰেৰে চকমকাইছিল আকাশ। প্ৰাণৰ মমতাত সকলোৱে কটাবলীয়া হৈছিল বাংকাৰত। ইউক্ৰেইনৰ ছুমিৰ পৰা একমাত্ৰ বন্ধুক লগত লৈ অৱশেষত স্বদেশত উপস্থিত হ’ল মহানগৰীৰ নীলিমা হুছেইন। অনাহাৰে বাংকাৰত কটোৱা সেই সময়ত নীলিমাৰ একমাত্ৰ সংগী আছিল অৰিঅ’ নামৰ মেকুৰীটো। ভাৰত চৰকাৰে বিদেশৰ পৰা পোহনীয়া মেকুৰীটোৰ সৈতে উৰাজাহাজত যাত্ৰাৰ বাবে দুবাৰকৈ অনুমতি […]