Posted inচাকৰি

গুৱাহাটী বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগত ওলাইছে চাকৰি

গুৱাহাটী বিশ্ববিদ্যালয়ত সৃষ্টি হোৱা শিক্ষকৰ পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰা হৈছে। এক বিজ্ঞাপন যোগে গুৱাহাটী বিশ্ববিদ্যালয়ে হিন্দী বিভাগত খালী হৈ থকা শিক্ষণ সহযোগীৰ (Teaching Associate) পদত নিযুক্তিৰ বাবে আগ্ৰহী প্ৰাৰ্থীৰ পৰা আৱেদন আহ্বান কৰিছে। অৱশ্যে এই নিযুক্তি সম্পূৰ্ণ ঠিকাভিত্তিক হ’ব।   পদৰ সংখ্যা ২টা। প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা হিন্দী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰীধাৰী […]