Posted inমুখ্যপৃষ্ঠা

প্ৰতিবেদন ১- Ghy Smart City Project ৰূপায়ণৰ নামত সংঘটিত হৈছে বৃহৎ কেংলেকাৰী আৰু অনিয়ম

গুৱাহাটী সঁচাকৈ স্মাৰ্ট চিটী হৈছেগৈ নে? ২০১৬চনৰ পৰা এতিয়াও স্মাৰ্ট চিটীৰ নামত কোটি কোটি টকাৰ কাম-কাজ চলিয়েই আছে। কিন্তু এই কোটি কোটি টকীয়া স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়নৰ নামতো চলিছে বৃহৎ অনিয়ম। এই সকলো বিষয় সামৰি ইষ্টম’জ’ অসমৰ এই বিশেষ প্ৰতিবেদন। গুৱাহাটী স্মাৰ্ট চিটী প্রকল্প ৰূপায়ণৰ নামত সংঘটিত হৈছে বৃহৎ কেংলেকাৰী আৰু অনিয়ম । গুৱাহাটী স্মাৰ্ট […]