নিউজ ডেস্কঃ অসমৰ প্ৰথমটো গ’ল্ডেন বেবী লীগ ‘গ্ৰেটাৰ গুৱাহাটী বেবী লীগ’ , ৰ তৃতীয়টো ছিজন দেওবাৰৰ পৰা আৰম্ভ হয়। ছয়মাইলৰ কৃষি ভৱনৰ খেলপথাৰৰ পৰা শুভাৰম্ভ কৰা হয়। এইবাৰৰ বেবী লগীত চাৰিটা বয়সৰ শাখাত মুঠ ৬০ টা দলে অংশগ্ৰহণ কৰিছে। অনূর্ধ্ব ৬ শাখাত ১০ টা দল , অনূর্ধ্ব ৮ শাখাত ১০ টা, অনুর্ধ্ব ১০ শাখাত ১৬ […]