Posted inNews

গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ

গুৱাহাটী : গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ মাজত ফেৰী সেৱা বন্ধ। গুৱাহাটীত ব্ৰহ্মপুত্ৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ বাবে ফেৰী সেৱা বন্ধ। ব্ৰহ্মপুত্ৰ নদীৰ দুয়োপাৰে যাত্ৰী সকলৰ মাজত হাহাকাৰ। নেৰানেপেৰা বৰষুণৰ ফলত ৰাজ্য এতিয়া বছৰৰ প্ৰথমটো বানৰ কবলত। ৰাজ্যৰ কেইবাখনো জিলা এতিয়া বাঢ়নী পানীৰ তলত। ফেনে ফুটুকাৰে বৃদ্ধি পাইছে নৈ-উপনৈ সমূহৰ জলপৃষ্ঠ। ৰাজ্যৰ সৰু-বৰ নৈ-উপনৈ সমূহৰ লগতে […]