Posted inঅসম

সৰলতাৰ সুযোগ লৈ ৰোগীয়া ছাত্ৰীৰ পৰা দুষ্ট চক্রই সৰকালে বেংক একাউন্টৰ ধন

টীয়কৰ পৰা স্মৃতি প্ৰিয়া লাহনঃ টীয়ক চন্দ্রকমল বেজবৰুৱা মহাবিদ্যালয়ৰ এগৰাকী মেধাৱী ছাত্রী স্মৃতি বড়াৰ জটিল ৰোগত আক্রান্ত হোৱাৰ বাবে কিছু অৰ্থ সাহাৰ্য বাবে দুখীয়া পৰিয়ালে বিভিন্ন সংবাদ মাধ্যমৰ লগতে সামাজিক মাধ্যমৰ যোগেদি সহায় বিচাৰিছিল। দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি সহাৰি জনাই বহু সু- হৃদয়বান লোকে বেংক একাউন্ট নাম্বাৰত অৰ্থ আগবঢ়াইছিল। লগতে পঢ়কঃঅতি শীঘ্ৰে বড়ো ভূমিৰ চোৰাং চিকাৰী […]