হাফলং গুৰুমুখ সিং: আজি নিশা ৮.৩০ বজাৰ পৰা ৯ বজাৰ ভিতৰত সন্দেহ যুক্ত ডিমাছা উগ্ৰপন্থী DNLA দ্বাৰা এখন কয়লা ভৰ্তি গাড়ী চালক আৰু হেন্দিমেনৰ সৈতে জ্বলাই দিয়াৰ লগতে ডালমিয়া চিমেন্টৰ গাড়ী ৫খন জ্বলাই দিয়ে । প্ৰথমে উগ্ৰপন্থী দলটোৱে গুলি ফুটাই গাড়ীত অগ্নিসংযোগ কৰে ।হাফলং তিনি আলি ৰ ডিয়ুংমুখত এই ঘটনা সংঘটিত হয় । ট্ৰাকত থকা […]