আজি হাফলঙত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। বছৰটোৰ প্ৰথমখন কেবিনেটৰ পূৰ্বে সজাই-পৰাই তোলা হৈছে হাফলং চহৰ।দুপৰীয়া হাফলঙত উপস্থিত হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা২.৩০ বজাৰ পৰা উপায়ুক্তৰ কাৰ্যালয়ত কেবিনেট বৈঠক অনুষ্ঠিত হ’ব। কেবিনেট বৈঠকক কেন্দ্ৰ কৰি হাফলঙত উদুলি-মুদুলি পৰিৱেশ। নৰূপত সজাই তোলা হৈছে হাফলঙ চহৰ। মঙ্গলবাৰে নিশাই উপস্থিত কেইবাজনো মন্ত্ৰী । হাফলঙত নাই হেলিপেডৰ ব্যবস্থাই নথকাৰ বাবে […]