গুৱাহাটী: বিটিআৰৰ ৰাজনীতি সলনি হোৱাৰ দিশে গতি কৰিছে৷ নিজৰ ৰাজনৈতিক ভবিষ্যৎ সুনিশ্চিত কৰিবৰ বাবে বিপিএফ প্ৰধান তথা এসময়ৰ কিংমেকাৰ হাগ্ৰামা মহিলাৰী শৰণাপন্ন হৈছে বিজেপি আৰু আৰ এছ এছৰ। শেহতীয়াকৈ মহিলাৰীয়ে ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ জ্যেষ্ঠ নেতা ইন্দ্ৰেশ কুমাৰৰ চৰণ চুই সেৱা কৰা, কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠাৱালেক সাক্ষাৎ কৰা, বিজেপিৰ ৰাষ্ট্ৰীয় সাংগঠনিক সম্পাদক বি এল সন্তোষক […]