Posted inঅসম

হাইলাকান্দিত দুই দালাল মিলি বিক্ৰী কৰিলে চৰকাৰী ভূমি

হাইলাকান্দি: অসম চৰকাৰে এদিন দুদিনৰ বাবে চমক সৃষ্টি কৰিবলৈ কেইজনমান মাটিৰ দালালক ধৰিছিল যদিও এই দালালৰ কাৰ্যকলাপ এতিয়াও শেষ হোৱা নাই ৰাজ্যৰ ৰাজহ চক্ৰ বিভাগৰ কাৰ্যালয় সমূহত । শেহতীয়াকৈ তেনে দুজন দালালৰ এক আজব ঘটনা পোহৰলৈ আহিছে । এইবাৰ মাটিৰ দালালে বিক্ৰী কৰিলে চৰকাৰী প্ৰতিষ্ঠান। সকলো গম পাইও এতিয়া প্ৰশাসন নিদ্ৰাত । ঘটনাৰ বিবৰণি মতে, […]