Posted inঅসম

মাঘ বিহুৰ নিশা হাইলাকান্দিত গুলী চালনাৰ ঘটনা

হাইলাকান্দি : মাঘ বিহুৰ নিশা হাইলাকান্দিত সংঘটিত হৈছে এক গুলী চালনাৰ ঘটনা। ৰাজপথ এজন লোকক লক্ষ্য কৰি দুৰ্বৃত্তৰ দল এটাৰ গুলী চালনা। দুৰ্বৃত্তৰ দলটোৰ গুলীত গুৰুত্বৰভাৱে আহত লোকজনক ভৰ্তি কৰোৱা হৈছে শিলচৰ চিকিৎসা মহাবিদ্যালয় হাস্পতালত। ৰাজ্যজুৰি মাঘ বিহুৰ আনন্দৰ মাজতে হাইলাকান্দিত সংঘটিত হোৱা এক গুলী চলনাৰ ঘটনাত এজন লোক গুৰুত্বৰভাৱে আহত হৈছে। হাইলাকান্দিৰ আলগাপুৰৰ ছিপসাঙনত […]