হাইলাকন্দি : পুনৰ আৰক্ষীৰ এনকাউণ্টাৰ। এইবাৰ হাইলাকন্দিত সংঘটিত হৈছে এনকাউণ্টাৰৰ ঘটনা। হাইলাকন্দি আৰক্ষীৰ এনকাউণ্টাৰত নিহত কয়লা মাফিয়া। হাইলাকন্দি আৰক্ষীৰ এনকাউণ্টাৰত নিহত হোৱা কয়লা মাফিয়াজনৰ নাম আব্দুল আহাদ চৌধুৰী। হাইলাকন্দি আৰক্ষীৰ গুলীত নিহত হৈছে কুখ্যাত কয়লা মাফিয়া আব্দুল আহাদ চৌধুৰী। শনিবাৰে নিশাৰ ভাগত সংঘটিত হয় এই এনকাউণ্টাৰৰ ঘটনা। নিশা প্ৰায় ১.৩০ বজাত হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাৰ […]
Tag: Hailakandi
Posted inঅসম