নিউজ ডেস্ক: আজিকালি পুৰুষ মহিলা দুয়োৰে ক্ষেত্ৰত দেখা দিয়া এক সমস্যা হৈছে hair loss বা চুলি সৰা সমস্যা। বহুতৰে ক্ষেত্ৰত জন্মগত কাৰণত চুলি সৰা দেখা যায় যদিও আন বিভিন্ন কাৰণতো আমাৰ চুলি সৰে। চুলি সৰাৰ কেইটামান বিশেষ কাৰণ হৈছে দেহত প্ৰ’টিন, আয়ডিন, মেংগানিজ আদি খাদ্যপ্ৰাণৰ অভাৱ। খাদ্যৰ অভাৱ, ৰক্তহীনতা, অনিদ্ৰা, মানসিক চাপ ইত্যাদি। তদুপৰি অতিপাত […]