Posted inদেশ-বিদেশ

হাইটিৰ প্ৰবল ভূমিকম্পত নিহতৰ সংখ্যা ১৩০০ জনলৈ বৃদ্ধি

নিউজ ডেস্ক : শনিবাৰে হাইটিত হোৱা প্ৰবল ভূমিকম্পত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰায় ১৩০০ জনলৈ বৃদ্ধি পাইছে। ভূমিকম্পৰ এদিন পিছত দেওবাৰে নিহতৰ সংখ্যা ১২৯৭ জনলৈ বৃদ্ধি পায়।    মাৰ্কিন জিঅ’লজিকেল ছাৰ্ভেৰ তথ্য মতে ভূমিকম্পৰ অভিকেন্দ্ৰ হাইটিৰ ৰাজধানী Port-au-Prince –ৰ পৰা ১২৫ কিলোমিটাৰ নিলগৰ এক স্থানত আছিল। ভূমিকম্পটোৰ ফলত কেৰিবিয়ান দেশখনৰ কমেও ৫,৭০০ জন লোক আহত […]