হাজো : হাজোৰ বুল্লুটত দুৰ্বৃত্তৰ আক্ৰমণত আহত পাঁচজনকৈ লোক। আহত সকলৰ ভিতৰত আছে এটি ছমহীয়া শিশু আৰু মহিলা। ভূমি কেন্দ্ৰিক বিবাদৰ বাবেই এই আক্ৰমণত ঘটনা সংঘটিত হৈছে। কামৰূপ জিলাৰ হাজোৰ বুল্লুটত এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ৬ জনীয়া দুৰ্বৃত্তৰ দল এটাই আক্ৰমণ চলায় পৰিয়াল এটাৰ ওপৰত। ভূমি কেন্দ্ৰিক বিবাদৰ বাবাই দুৰ্বৃত্তৰ দলটোক পৰিয়ালটোৰ ওপৰত আক্ৰমণ […]