নিউজ ডেস্কঃ ৰাজ্যত একাংশ বিভাগীয় কৰ্তৃপক্ষৰ সহযোগতে চলি আছে অবৈধ মাটি খনন। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অবৈধ মাটি খনন,বন ধ্বংসৰ লগত জড়িত হৈ আছে বন সংমণ্ডলৰ একাংশ ঘোচখোৰ বিষয়া। উত্তৰ কামৰূপ বন সংমণ্ডলৰ হাজো বনাঞ্চলিক বিভাগৰ অধীনৰ বঙালপাৰা, ভেলকৰ,আন্ধূপাৰা,টাঙোনমাৰী আদি বিভিন্ন ঠাইত অবৈধভাৱে পূৰ্ণ গতিত চলি আছে মাটি খনন অভিযান। ব্ৰহ্মপুত্ৰৰ বালি চাপৰিত জিলা প্ৰশাসনৰ লগতে […]