Posted inঅসম

সন্দিকৈ ছোৱালী মহাবিদ্যালয় মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা

গুৱাহাটী : সন্দিকৈ ছোৱালী মহাবিদ্যালয় মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা। কামৰূপ মহানগৰ জিলা প্ৰশাসনে সন্দিকৈ ছোৱালী মহাবিদ্যালয় মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰে। মহাবিদ্যালয়খনত ক’ভিডৰ সংক্ৰমণ। গুৱাহাটী মহানগৰীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ক মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা প্ৰশাসনে। মহাবিদ্যালয়খনৰ ছাত্ৰী আৰু কৰ্মচাৰী ক’ভিডত আক্রান্ত হোৱাৰ বাবেই জিলা প্ৰশাসনে মহাবিদ্যালয়খনক মাইক্ৰ’ কণ্টেইনমেণ্ট জ’ন […]