Posted inদেশ-বিদেশ

Har Ghar Tiranga: ১০দিনত বিক্ৰী হ’ল ১কোটিতকৈ অধিক পতাকা

নিউজ ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে স্বাধীনতাৰ ৭৫ তম বাৰ্ষিকী উপলক্ষে ‘হৰ ঘৰ ত্ৰিৰংগা’ অভিযানৰ আহ্বান জনাইছে। মাত্ৰ ১০ দিনৰ ভিতৰত, ভাৰতীয় ডাক বিভাগে এক কোটিতকৈও অধিক ৰাষ্ট্ৰীয় পতাকা বিক্ৰী কৰিছে। অনলাইন আৰু ১.৫ লাখ ডাকঘৰৰ জৰিয়তে ৰাষ্ট্ৰীয় পতাকা সমূহ বিক্ৰী কৰা হৈছে। এক বিবৃতিত যোগাযোগ মন্ত্ৰণালয়ে কয়, “মাত্ৰ ১০ দিনৰ ভিতৰত ভাৰতীয় ডাক বিভাগে এক […]