নিউজ ডেস্ক: অলপতে কংগ্ৰেছ ত্যাগ কৰা গুজৰাটৰ যুৱ নেতা হাৰ্দিক পেটেলে অহা বৃহস্পতিবাৰে বিজেপিত যোগদান কৰিব। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত ২ জুনত প্ৰাক্তন কংগ্ৰেছ নেতাজনে বিজেপিত যোগদান কৰাৰ খবৰ প্ৰকাশ পাইছে। উল্লেখযোগ্য যে ২০১৯ চনত কংগ্ৰেছত যোগদান কৰা ২৮ বছৰীয়া পাতিদাৰ নেতা গৰাকীয়ে যোৱা ১৮ মে’ত কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ কথা ঘোষণা কৰিছিল। ছোনিয়া গান্ধীলৈ প্ৰেৰণ […]