Posted inNews

দিল্লীত বিপদসীমাৰ পৰা ৩ মিটাৰ ওপৰেৰে যমুনা নদী; ৩টা পানী শোধন প্ৰকল্প বন্ধ

নিউজ ডেস্ক- হাৰিয়ানাৰ হাথানি কুণ্ড বেৰেজৰ পৰা পানী এৰি দিয়াৰ পিছত যমুনা নদীৰ পানীৰ স্তৰ বৃদ্ধি পাইছে। যাৰ ফলত দিল্লীত বানপানীৰ সৃষ্টি হৈছে। আজি পুৱা ৭ বজাত যমুনাৰ পানীৰ স্তৰ ২০৮.৪৬ মিটাৰত উপনীত হৈছিল। ই ২০৫ মিটাৰ বিপদসীমাতকৈ 3 মিটাৰ ওপৰৰ। যমুনা ৱাজিৰাবাদৰ পৰা ওখলালৈ ২২ কিলোমিটাৰ দূৰত অৱস্থিত। কেন্দ্ৰীয় জল আয়োগে আশংকা কৰিছে যে […]