গুৱাহাটীঃ মহানগৰীৰ ডাউনটাউনত জব্দ বৃহৎ পৰিমাণৰ সোণৰ বিস্কুট। ডাউনটাউন বাছ ষ্টপেজৰ পৰা শুল্ক বিভাগে ২২খন সোণৰ বিস্কুটসহ গ্ৰেপ্তাৰ কৰে এজনক। গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ নাম কেতন সিং বুলি জানিব পৰা গৈছে। তেওঁ মুম্বাইৰ বাসিন্দা। কেতন সিং দীৰ্ঘদিন ধৰি অবৈধ সোণৰ ব্যৱসায়ৰ সৈতে জড়িত আছিল। জব্দ কৰা সোণখিনিৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা। ইফালে, দেওবাৰে নিশা হাতীগাঁও […]