গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ অজন্তা পথত এক ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হয়। যোৱা নিশা প্ৰায় ১০.১৫ বজাত এই অগ্নিকাণ্ড সংঘটিত হৈছিল। জানিব পৰা মতে, নিশা দাউদাউকৈ জ্বলি উঠিল ইটোৰ পিছত সিটো বাসগৃহ। জুইৰ লেনিহান শিখাই মুহূৰ্তৰ ভিতৰতে ছানি ধৰে সমগ্ৰ অঞ্চলটি। লগতে, কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ ৰূপ ল’লে জুয়ে। তথ্য অনুসৰি, অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জ্বলি ছাৰখাৰ হয় […]