হাটশিঙিমাৰী ঃ গণৰাজ্য দিৱসৰ পেৰেডৰ বাবে হাটশিঙিমাৰীত আৰক্ষী-বেটেলিয়ানৰ প্ৰস্তুতি।কোভিড প্ৰটকলৰ বাবে এইবাৰ পেৰেডত নাথাকিব ছাত্ৰ-ছাত্ৰী। আগন্তক ৭৩তম গণৰাজ্য দিৱসৰ বাবে দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দক্ষিণ শালমাৰা-মানকাচৰ জিলাতো প্ৰস্তুতি চলাই আছে। বিশেষকৈ জিলাখনৰ সদৰ হাটশিঙিমাৰী মহাবিদ্যালয় খেলপথাৰত জিলা প্ৰশাসনে গণৰাজ্য দিৱসৰ বাবে ব্যাপক প্ৰস্তুতি চলাই আছে। ৭৩ তম গণৰাজ্য দিৱসৰ দিনা হাটশিঙিমাৰীত পেৰেডৰ বাবে এইবাৰ মাত্ৰ […]