Posted inদেশ-বিদেশ

ক’ভিড মহামাৰীৰ বাবে এই বৰ্ষৰ হজ যাত্ৰা বাতিল

নিউজ ডেস্ক : ক’ভিড মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ২০২১ চনৰ হজ যাত্ৰা বাতিল কৰা হৈছে। ভাৰতীয় হজ কমিটিৰ ফালৰ পৰা মঙলবাৰে এই কথা ঘোষণা কৰা হয়। উল্লেখযোগ্য যে প্ৰতি বছৰে ছৌদী আৰৱৰ মক্কাত পবিত্ৰ হজৰ বাবে বিশ্বৰ ইছলাম ধৰ্মাৱলম্বী লোকসকল গোট খায়। কিন্তু এই বছৰ কোৰোনা মহামাৰীয়ে বিশ্বজুৰি সৃষ্টি কৰা ভয়াৱহ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি […]