Posted inঅসম

এমহীয়া শিশুৰ টিউমাৰৰ সফল অস্ত্ৰোপচাৰ গুৱাহাটীৰ হেলথ্ চিটী হস্পিতালৰ শল্য চিকিৎসকৰ

গুৱাহাটীঃ এটি এমহীয়া শিশুৰ শৰীৰৰ নিম্নাংশত জন্মগত ভাৱে হোৱা ৫০০গ্ৰাম ওজনৰ ,মূৰৰ আকৃতিৰ এটা টিউমাৰ সফল অস্ত্ৰোপচাৰেৰে গুচাবলৈ সক্ষম হৈছে গুৱাহাটীৰ হেলথ্ চিটী হাস্পিতালৰ শল্য চিকিৎসকৰ দলে। বিশিষ্ট স্নায়ুশল্য ৰোগ বিশেষজ্ঞ ডাঃ এন কে দাসৰ নেতৃত্বত গঠিত নিউৰ’অংকোলজি শল্য চিকিৎসকৰ দলে ৩ঘন্টা সময় ধৰি চলোৱা অস্ত্ৰোপচাৰৰ অন্তত বিশাল আকৃতিৰ টিউমাৰটো শিশুটিৰ কোনো ক্ষতি নোহোৱাকৈ আঁতৰাবলৈ […]