গুৱাহাটী : ইণ্ডিয়ান এছ’চিয়েচন অৱ গাইন’ক’লজিকেল এণ্ডোস্ক’পীৰ উত্তৰপূর্বাঞ্চল শাখাৰ উদ্যোগত আৰু গুৱাহাটীৰ খানাপাৰাস্থিত হেলথ চিটী হাস্পতালৰ সহযােগত এণ্ডোস্ক’পী চিকিৎসা এখন লাইভ ৱৰ্কশ্বপ অনুষ্ঠিত হয়। লাইভ ৱৰ্কশ্যপৰ সৈতে সংগতি ৰাখি হেলথ চিটী হাস্পতালত ৬ গৰাকী ৰােগীৰ এণ্ডোস্ক’পী চিকিৎসা সফলতাৰে সম্পন্ন কৰা হয়। প্রতিগৰাকী ৰােগীৰ এণ্ডোস্ক’পী চিকিৎসাৰ দৃশ্য অনলাইন যােগে পােনপটীয়াকৈ সম্প্রচাৰ কৰা হয়। ইয়াৰে দুগৰাকী বিশেষ […]