Posted inদেশ-বিদেশ

ক’ভিডৰ তাণ্ডৱৰ মাজতে কেৰেলাত আগমন ঘটিল জীকা ভাইৰাছৰ

নিউজ ডেস্ক : সমগ্ৰ বিশ্বৰ লগতে দেশত মাৰাত্মক ক’ভিডৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে কেৰেলাত আগমন ঘটিছে জীকা ভাইৰাছৰ। কেৰেলাৰ স্বাস্থ্যমন্ত্ৰী বীণা জৰ্জে বৃহস্পতিবাৰে ৰাজ্যখনত জীকা ভাইৰাছত এগৰাকী মহিলা আক্রান্ত বুলি জানিবলৈ দিয়ে। ২৪ বছৰীয়া এগৰাকী গৰ্ভৱতী মহিলা জীকা ভাইৰাছত আক্রান্ত হৈছে। কেৰেলাৰ তিৰোৱানথপুৰাম জিলাৰ মহিলা গৰাকীয়ে যোৱা ৭ জুলাইত এটি শিশু জন্ম দিছিল। তীব্ৰ জ্বৰত […]