নিউজ ডেস্ক: ভাৰতত তিনিটা বছৰত ৪০ লাখ লোক কেঞ্চাৰত আক্ৰান্ত হোৱাৰ লগতে ২২.৫৪ লাখ কেঞ্চাৰ ৰোগীয়ে মৃত্যুক সাবটিব লগীয়া হৈছে। শুকুৰবাৰে লোকসভাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী মনসুখ মাণ্ডব্যই জানিবলৈ দিয়ে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে দিয়া তথ্য অনুসৰি ২০১৮ বৰ্ষত ১৩,২৫,২৩২ গৰাকী, ২০১৯ বৰ্ষত ১৩,৫৮,৪১৫ গৰাকী আৰু ২০২০ বৰ্ষত ১৩,৯২,১৭৯ গৰাকী ব্যক্তি কেঞ্চাৰত আক্ৰান্ত হৈছে। আনহাতে, ২০২০ […]