Posted inঅসম

দেশত H3N2 ভাইৰাছ সংক্ৰমিত সপ্তমগৰাকী ৰোগীৰ মৃত্যু

দেশত ক্ৰমাৎ বৃদ্ধি পাইছে H3N2 ইনফ্লুৱেঞ্জা ভাইৰাছত সংক্ৰমিত ৰোগী। ধাৰাবাহিকভাৱে দেশত এই ভাইৰাছৰ সংক্ৰমিত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। জানিব পৰা মতে,  এই ভাইৰাছৰ সংক্ৰমণত মৃত্যু হোৱা ৰোগীৰ সংখ্যা ৭ গৰাকীলৈ বৃদ্ধি পাইছে। তথ্য অনুসৰি আজি H3N2 ইনফ্লুৱেঞ্জা ভাইৰাছত আক্ৰান্ত হৈ গুজৰাটত এগৰাকী ৫৮ বছৰীয়া মহিলাৰ মৃত্যু হয়। স্থানীয় বিষয়াসকলে জানিব দিয়া মতে, মৃত মহিলাগৰাকী বদোদৰাৰ […]