Posted inঅসম

Yellow Alert: অসমকে ধৰি উত্তৰ-পূবত আগন্তুক ৪ দিনত হ’ব ধাৰাসাৰ বৃষ্টিপাত!

নিউজ ডেস্কঃ অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত ধাৰাসাৰ বৃষ্টিপাত হোৱাৰ সম্ভাৱনা প্ৰকাশ কৰিছে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে। সোমবাৰে এক জাননী জাৰি কৰি এই সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগটোৱে।  সেই অনুসৰি, ২৫ জুলাইৰ পৰা ২৯ জুলাইলৈকে অসম, মেঘালয়, নগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা, অৰুণাচলপ্ৰদেশত ধাৰাসাৰ বৰষুণ হ’ব পাৰে।  লগতে বতৰ বিজ্ঞান বিভাগটোৱে উত্তৰ-পূৰ্বাঞ্চলত য়েল্ল’ এলাৰ্ট জাৰি […]