মৰাণঃ হস্ততাঁতশালত চাৰিখনকৈ ধৰ্মগ্ৰন্থ বৈ উলিয়াই ৰাজ্যত পৰিচিত হৈ পৰা মৰাণৰ হেমপ্ৰভা চুতীয়ালৈ অসম চৰকাৰে ২৪ জানুৱাৰীত প্ৰদান কৰা অসম গৌৰৱ বঁটা গ্ৰহণ কৰি আজি নিজ গৃহত উপস্থিত হয় । নিজ গৃহত উপস্থিত হোৱাৰ লগে লগে উৎসৱ মুখৰ হৈ পৰে হেমপ্ৰভা চুতীয়াৰ বাসগৃহত। স্বগৃহত উপস্থিত হৈ আবেগিক হৈ পৰে অসম গৌৰৱ বটাঁ প্ৰাপক কাজী শিপিনী […]