বিশ্ব অভিলেখ গঢ়িলে হেমকোষৰ ব্রেইল সংস্কৰণে। হেমকোষৰ ব্ৰেইল সংস্কৰণে লাভ কৰিলে গীনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডৰ স্বীকৃতি। হেমকোষৰ ব্ৰেইল সংস্কৰণ হৈছে দ্বিভাষিক ব্ৰেইল অভিধান। ২০২২ চনত তদানীন্তন ৰাজ্যপাল জগদীশ মুখীয়ে উন্মোচন কৰিছিল এই দ্বিভাষিক ব্ৰেইল অভিধানখন। এই দ্বিভাষিক অভিধানখনকে গীনিজ বুকে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ দ্বিভাষিক অভিধান হিচাপে স্বীকৃতি প্ৰদান কৰিছে। এই অভিধানখনত মুঠ ২১টা খণ্ড, […]