নিউজ ডেস্কঃ চলিত বৰ্যৰ গণৰাজ্য দিৱসৰ প্ৰাক ক্ষণত ভাৰত চৰকাৰে ঘোষণা কৰিছিল ২০২৩ বৰ্ষৰ পদ্ম বঁটা। দেশৰ মুঠ ১০৬ গৰাকী বিশিষ্ট ব্যক্তিয়ে লাভ কৰিছিল ২০২৩ বৰ্ষৰ পদ্ম বঁটা। ১০৬ গৰাকী বিশিষ্ট ব্যক্তিৰ ভিতৰত আছিল অসমৰ তিনি গৰাকীকৈ ব্যক্তিৰ নাম। তেওঁলোক ক্ৰমে মুখাশিল্পী হেম চন্দ্ৰ গোস্বামী, বয়ন শিল্পী হেমপ্ৰভা চুতীয়া আৰু সমাজকৰ্মী ৰামকুইৱাংবে জেনে। এই তিনি […]