ডিফুঃ কাৰ্বিআংলং জিলাত বৃহৎ পৰিমাণৰ হে’ৰইন সহ আটক দুজন। আটকাধীন লোক দুজনৰ এজন বিহাৰৰ বৈশালী জিলাৰ আৰু আনজন মৰিগাঁৱৰ ভূৰাগাঁৱৰ বুলি জানিব পৰা গৈছে। বৃহস্পতিবাৰে সন্ধিয়া নগালেণ্ডৰ ডিমাপুৰৰ পৰা দুয়োগৰাকী ড্ৰাগছ ব্যৱসায়ীয়ে নিচাজাতীয় দ্ৰব্যখিনি লৈ মটৰচাইকেলত আহি থকা অৱস্থাত ডকমকা আৰক্ষীৰ টহলদাৰী দলে অভিযান চলাই প্ৰায় দুয়োগৰাকীকে আটক কৰাৰ লগতে ১২২.২২ গ্ৰাম হেৰ’ইন জব্দ কৰে। […]
Tag: heroin
Posted inঅসম
কৰিমগঞ্জত হেৰ’ইনসহ আটক দুজন
Posted inঅসম