নিউজ ডেস্ক: কৰ্ণাটকৰ শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধকৰণক প্ৰত্যাহ্বান জনাই দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰি আজি উচ্চতম ন্যায়ালয়ৰ দুই ন্যায়াধীশে বিষয়টোত বিপৰীত ৰায় প্ৰদান কৰে। ন্যায়াধীশ হেমন্ত গুপ্তাই বিষয়টোত কৰ্ণাটক উচ্চ ন্যায়ালয়ে প্ৰদান কৰা ৰায়ক সঠিক আখ্যা দি ৰাজ্যখনৰ বিদ্যালয়ত হিজাব নিষিদ্ধকৰণক প্ৰত্যাহ্বান জনাই দাখিল কৰা ২৬ আৱেদনক খাৰিজ কৰে। আনহাতে ন্যায়াধীশ সুধাংশু ধুলিয়াই কৰ্ণাটক আদালতৰ […]