Posted inঅসম

দুবছৰত অসমত আটক ৮৬০০ৰো অধিক ড্ৰাগছ সৰবৰাহকাৰী

অসম চৰকাৰে বৃহস্পতিবাৰে প্ৰকাশ কৰা অনুসৰি বিগত দুবছৰৰ ভিতৰত ৰাজ্যত মুঠ ৮,৬৩২জন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। বিধানসভাত ২০২৩-২৪ বৰ্ষৰ বাজেট দাখিল কৰি বিত্তমন্ত্ৰী অজন্তা নেওগে কয় যে বিজেপি নেতৃত্বাধীন চৰকাৰে ড্ৰাগছৰ আতংকক লৈ “পূৰ্ণাংগ যুদ্ধ” চলাইছে। অজন্তা নেওগে কয় যে,“২০২৩ চনৰ ২ মাৰ্চলৈকে এনডিপিএছ আইনৰ অধীনত ৫১৯১টা গোচৰ ৰুজু হৈছে আৰু ৮৬৩২টা ড্ৰাগছ সৰবৰাহকাৰীক […]