Posted inঅসম

দুটাতকৈ অধিক সন্তান থকা পৰিয়ালে নাপাব অসম চৰকাৰৰ আঁচনিৰ সুবিধা

গুৱাহাটী : অসম চৰকাৰৰ আঁচনিসমূহৰ সুবিধা আদায় কৰাৰ ক্ষেত্ৰত শীঘ্ৰে দুটা সন্তানৰ নীতি কাৰ্যকৰী কৰা হ’ব বুলি মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিয়ে। শনিবাৰে এক গুৱাহাটীত এখন সংবাদমেল সম্বোধন কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে এই কথা সদৰী কৰে। অৱশ্যে, কিছুমান আঁচনি কেন্দ্ৰীয় চৰকাৰৰ অধীনত থকা সেতুকে জন্ম নিয়ন্ত্ৰণৰ এই নীতি সকলো আঁচনিৰ ক্ষেত্ৰতে […]