Posted inঅসম

শিল্পী সুদক্ষিণা শৰ্মাৰ বিয়োগত শোক প্ৰকাশ মুখ্যমন্ত্রীৰ

মুকালমুৱা, আজিজ আলীঃ আজি নলবাৰীত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মুখ্য়মন্ত্ৰীগৰাকীয়ে কেতবোৰ কাৰ্যসূচীৰ বাবে উপস্থিত হয় নলবাৰীত।  মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী,জয়ন্ত মল্ল বৰুৱা,ভৱেশ কলিতা,ৰণজিৎ দাস,সাংসদ দিলীপ শইকীয়া আৰু কুইন ওজাই। কাৰ্যসূচীৰ পাছত সাংবাদিকৰ আগত শিল্পী সুদক্ষিণা শৰ্মাৰ বিয়োগক লৈ শোক প্ৰকাশ কৰে মুখ্যমন্ত্রী ড° শৰ্মাই। ইফালে, ঘগ্ৰাপাৰত থানাৰ ভিতৰতে কিশোৰীক উলংগ কৰি […]