অসম চৰকাৰে প্ৰতি বছৰে অসম বৈভৱ, অসম সৌৰভ আৰু অসম গৌৰৱ শ্ৰেণীত বঁটা প্ৰদান কৰে। এইবছৰো ২০২২-২০২৩ বৰ্ষৰ বাবে ৰাজ্যখনৰ শীৰ্ষ অসামৰিক সন্মান প্ৰাপ্তকৰ্তাসকলক অসম চৰকাৰে প্ৰদান কৰিব বটা। আজি বিয়লি ৪ বজাত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আয়োজন কৰা অনুষ্ঠানত ৰাজ্য চৰকাৰে প্ৰদান কৰিব এই বঁটা। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যখনে প্ৰদান কৰা অসামৰিক বঁটাসমূহৰ […]