Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

মুখ্য মন্ত্ৰীসহ মন্ত্ৰী-বিধায়কৰ দলে আজি উপভোগ কৰিব দ্যা কাশ্মীৰ ফাইলছ

গুৱাহাটী: আজি মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাসহ বিজেপি মিত্ৰজোঁটৰ মন্ত্ৰী বিধায়কে ছবিগৃহত গৈ উপভোগ কৰিব সদ্য মুক্তিপ্ৰাপ্ত বহু চৰ্চিত নতুন হিন্দী চলচ্চিত্ৰ ‘দ্যা কাশ্মীৰ ফাইলছ’। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাংবাদিকক জনোৱা মতে গুৱাহাটীৰ এটা মাল্টিপ্লেক্সত তেওঁলোকে আজি সন্ধিয়া ৬.৩০ বজাৰ দৰ্শনী উপভোগ কৰিব। বিবেক অগ্নিহোত্ৰিৰ পৰা পৰিচালিত ‘দ্যা কাশ্মীৰ ফাইলছ’ হৈছে কাশ্মীৰি পণ্ডিত সকলৰ […]