নিউজ ডেস্ক: উত্তৰ-পূবৰ সকলো ৰাজ্যতে দশম শ্ৰেণী পৰ্যন্ত হিন্দী বিষয়টো বাধ্যতামূলক কৰা হ’ব। বৃহস্পতিবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে নতুন দিল্লীত এই কথা ঘোষণা কৰে। নতুন দিল্লীত অনুষ্ঠিত হোৱা চৰকাৰী ভাষাৰ সংসদীয় সমিতিৰ ৩৭ সংখ্যক বাৰ্ষিক অধিৱেশনত ভাষণ প্ৰদান কৰি শ্বাহে কয় যে উত্তৰ-পূবৰ ৮খন ৰাজ্যই হিন্দীক দশম শ্ৰেণীলৈকে বাধ্যতামূলক কৰাত সন্মতি দিছে। ভাৰতত হিন্দী […]