Posted inঅসম

কাগজ কলৰ ৬৬ গৰাকীৰ নিযুক্তিত কেবিনেটৰ অনুমোদন

মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত জনতা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত হিন্দুস্তান কাগজ নিগমৰ অধীনৰ দুয়োটা কাগজ কলৰ চৰকাৰী চাকৰি কৰিব পৰা উপযুক্তসকলৰ মাজৰ পৰা ৬৬গৰাকীৰ নিযুক্তিত অনুমোদন জনাইছে৷