Posted inঅসম

ড্ৰাগছৰ বাবে অসমত ভয়াবহভাৱে বৃদ্ধি পাইছে এইচ আই ভি আক্রান্তৰ সংখ্যা

গুৱাহাটী : অসমত এইচ আই ভি সংক্ৰমণৰ ভয়াবহ ছবি প্ৰকাশ পাইছে। ভয়াবহভাৱে অসমত বৃদ্ধি পাইছে এইচ আই ভি আক্রান্ত লোকৰ সংখ্যা। ড্ৰাগছৰ বাবে অসমত ভয়াবহভাৱে বৃদ্ধি পাইছে এইচ আই ভি আক্রান্তৰ সংখ্যা। উজনি অসমৰ কেইবাখনো জিলাত উদ্বেগজনকভাৱে আক্রান্তৰ সংখ্যা বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। শেহতীয়াকৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক প্ৰশান্ত দিহিঙিয়াই উজনি অসমৰ কেইবাখনো […]