Posted inক্ৰীড়া

FIF Pro Leagueৰ বাবে ভাৰতীয় মহিলা হকী দলৰ নাম ঘোষণা

নিউজ ডেস্ক: অহা জুনত বেলজিয়াম আৰু নেদাৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া FIH Pro Leagueৰ ইউৰোপীয়ান লেগৰ বাবে শনিবাৰে ভাৰতে সবিতা পুনিয়াৰ নেতৃত্বত ২৪ জনীয়া মহিলা হকী দলৰ নাম ঘোষণা কৰে। দলটোৱে, ১ৰ পৰা ১৭ জুলাইলৈ স্পেইন আৰু নেদাৰলেণ্ডত অনুষ্ঠিত হ’বলগীয়া এফ আই এইচ হকী মহিলা বিশ্বকাপৰ পূৰ্বে, ১১ৰ পৰা ২২ জুনলৈ ৬খন খেলত ভাগ ল’ব। ১১ আৰু ১২ জুনত […]