Posted inঅসম

হোজাই জিলাৰ বিভিন্ন প্ৰান্তত বন্যহস্তীৰ সন্ত্ৰাস

হোজাই : হোজাই জিলাৰ ডবকাৰ আশীনগৰ, হিন্দু ব্লক অঞ্চলত যোৱা ৰাতি উক্ত অঞ্চল প্ৰায় এশজনীয়া এটা বন্য হাতীৰ জাকে উপদ্রব চলাই কেইবাটাও বাস গৃহৰ বিস্তৰ ক্ষতি ক্ষাধন কৰে। হাতীৰ জাকটো কেইবাটাও ভাগত বিভক্ত হৈ গঞা ৰাইজৰ বাৰিত উপস্থিত হৈ ঘৰ দূৱাৰ, গছ-গছনীভাঙি চুৰমাৰ কৰে। ঘৰৰ আচবাপ পত্ৰ নষ্ট কৰা লগতে মানুহৰ ভৰাল ঘৰ ভাঙি ধান […]