Posted inঅসম

তীব্ৰ বেগী ৰেলৰ খুন্দাত এজন ব্যক্তিৰ মৃত্যু

হোজাই: আজি দিনত নামনি মুৱা এখন তীব্ৰ বেগী চলন্ত ৰেলে হাৱাইপুৰ ৰেলষ্টেচনৰ ওচৰত এজন ব্যক্তিক খুন্দিয়াই। এই দূৰ্ঘটনাত ব্যক্তিজনৰ থিতাতে মৃত্যু ঘটে। দূৰ্ঘটনাত নিহত ব্যক্তি গৰাকীৰ নাম শুভ শইকীয়া।তেখেতৰ ঘৰ হোজাই জিলাৰ লঙ্কা থানাৰ অন্তৰ্গত উদয়পুৰ গাওঁত।ব্যক্তিগত কাৰনত পুৱাই হাৱাইপুৰ ষ্টেচনৰ ওচৰৰে মছকা গাওঁত বাস কৰা নিজৰ ভাতৃৰ ঘৰলৈ আহি উভতি যোৱাৰ সময়তে ঘটনাটো সংঘতিত […]