ডবকাত কয়লাৰ ট্ৰাকৰ পৰা ধন দাবী কৰা বিজেপি কৰ্মীক জেললৈ প্ৰেৰণ৷ ট্ৰাকৰ পৰা ধন দাবী কৰি অসম গো-সুৰক্ষা বাহিনীৰ কেন্দ্ৰীয় সম্পাদক ইকৰামুল হুছেইন জেললৈ মোৰাঝাৰ আৰক্ষীয়ে বিজেপি কৰ্মীজনক আজি শংকৰদেৱ নগৰ আদালতত হাজিৰ কৰাত আদালতে অসম গো-সুৰক্ষা বাহিনীৰ কেন্দ্ৰীয় সম্পাদক ইকৰামুল হুছেইন পাটোৱাৰীক প্ৰেৰণ কৰে জেললৈ৷ উল্লেখ্য যে শনিবাৰে নীলবাগানৰ এখন পেট্ৰল পাম্পত ৰখাই থোৱা […]
Tag: hojai police
Posted inঅসম