Posted inইষ্ট ম'জ' বিশেষ

আজি ৰঙৰ উৎসৱ ফাকুৱা

নিউজ ডেস্কঃ আজি ফাগুন মাহৰ পূৰ্ণিমা তিথি। ফাগুনৰ এই পূৰ্ণিমা তিথিতেই ভাৰতীয় লোকসকলে ফাকুৱা অথবা হোলী উৎসৱ পালন কৰি আহিছে। অসমত ফাকুৱা অথবা দৌলোৎসৱৰ পাতনি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে এই পৰম্পৰা আৰম্ভ কৰিছিল বুলি কোৱা হয়। অসমৰ ভিতৰত অন্যতম দৌলোৎসৱ পালন কৰে বৰপেটা জিলাত। জানোঁ আহকচোন কেনেদৰে নো এই উৎসৱ পালন কৰে। বৰপেটাৰ দৌল উৎসৱ: মহাপুৰুষ […]