Posted inNews

অশান্ত মণিপুৰ: বৈঠকত বহিল গৃহমন্ত্ৰী অমিত শ্বাহ

নিউজ ডেস্ক: সোমবাৰে নিশা মণিপুৰত উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। মণিপুৰত উপস্থিত হোৱাৰ পিছতে ৰাজ্যখনৰ পৰিস্থিতিৰ বিষয়ে মুখ্যমন্ত্ৰী এন বীৰেন সিঙকে ধৰি ৰাজ্যখনৰ গভৰ্নিং কাউন্সিলৰ সৈতে বৈঠকত মিলিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। গৃহমন্ত্ৰী অমিত শ্বাহে মেইতেই আৰু কুকি জনগোষ্ঠীৰ নেতাকো সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে। গৃহ মন্ত্ৰালয়ৰ এগৰাকী বিষয়াই জনায় যে, “জনগোষ্ঠীসমূহক নিৰাপত্তাৰ আশ্বাস দিয়া হ’ব […]