Posted inদেশ-বিদেশ

ভাৰতত ৫ বছৰৰ বাবে নিষিদ্ধ পি এফ আই, ৮ সহযোগী সংগঠন

নিউজ ডেস্ক: ভাৰত চৰকাৰে UAPA আইনৰ অধীনত ৫ বছৰৰ বাবে নিষিদ্ধ কৰিছে ইছলামিক মৌলবাদী সংগঠন ‘পপুলাৰ ফ্ৰণ্ট অৱ ইণ্ডিয়া’ক। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাই দেশজোৰা অভিযানৰ পিছতে বুধবাৰে কেন্দ্ৰীয় চৰকাৰে পি এফ আইক অহা ৫ বছৰৰ বাবে নিষিদ্ধ ঘোষণা কৰে। পি এফ আইৰ উপৰি আন ৮টা সংগঠনক বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইনৰ ধাৰা ৩ৰ অধীনত ৫ বছৰৰ বাবে […]