নিউজ ডেস্কঃ অসম আৰক্ষীৰ শীৰ্ষ পৰ্যায়ত বৃহস্পতিবাৰে গৃহ বিভাগে এক ব্যাপক ৰদ-বদলৰ নিৰ্দেশনা জাৰি কৰে। গৃহ বিভাগৰ নিৰ্দেশনা অনুসৰি, হোজাই আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থক ৰাজ্যৰ তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাৰ আৰক্ষী অধীক্ষক(আইন) হিচাপে নিযুক্তি দিয়াৰ লগতে নলবাৰীৰ অতিৰিক্ত অধীক্ষক সৌৰভ গুপ্তাক পদোন্নতিসহ হোজাইৰ নতুন আৰক্ষী অধীক্ষক হিচাপে নিযুক্তি প্ৰদান কৰা হৈছে। ইফালে, কৰিমগঞ্জৰ আৰক্ষী অধীক্ষক […]