মঙলদৈ: মঙলদৈ য়ুথ ক্লাবত আজি কৰুণাধাৰা দৰং জিলা সহায়ক সমিতিৰ উদ্যোগত বিশিষ্ট সাহিত্যিক, সাংবাদিক তথা মানৱতাবাদী সংগঠন কৰুণাধাৰাৰ প্ৰতিষ্ঠাপক হোমেন বৰগোহাঞিৰ প্ৰথম বাৰ্ষিক স্মৃতি দিৱস অনুষ্ঠিত কৰা হয়। এই উপলক্ষে সন্ধিয়া ৫ বজাত ড০ ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। বিশিষ্ট সাহিত্যিক, সুচিকিৎসক ডাঃ অমৰেন্দ্ৰ নাৰায়ণ দেৱে বন্তি […]
Tag: Homen Borgohain
Posted inঅসম