Posted inঅসম

Horoscope: আজিৰ দিনটো আপোনাৰ কেনেদৰে পাৰ হ’ব?

মেষ : (অ,আ, ল)- আপুনি বহুদিনীয়া বেমাৰৰ পৰা অলপ শান্তি অনুভৱ কৰিব। ঘৰুৱা বিষয় সমূহত অতি সোনকালে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। প্ৰেমৰ ক্ষেত্ৰত আজিৰ দিনটো অলপ কষ্টকৰ হ’ব।যিসকল বিবাহিত তেওঁলোকে আজি নিজৰ সন্তানৰ পঢ়া শুনাৰ ওপৰত বৃহৎ পৰিমাণৰ ধন খৰচ হব।  বৃষ (উ,ই,ব) – ব্যক্তিগত সমস্যাই আপোনাৰ মানসিক শন্তি ভংগ কৰিব পাৰে। অনাহকত কথা কোৱাতকৈ ভাল হ’ব আপুনি […]