নিউজ ডেস্কঃ আগে আগে এখন এম্বুলেন্স। এম্বুলেন্সখনৰ পাছে পাছে দৌৰিছে এটা ঘোঁৰাই। ৰাজস্থানৰ উদয়পুৰৰ ৰাজপথত দেখা গৈছিল এনে এটা বিৰল দৃশ্য। এই ভিডিঅ’ এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। উদয়পুৰ চহৰৰ হৰিদাসজী মাগাৰীৰ এজন বাসিন্দাই ৰাস্তাত এটা ঘোঁৰা আঘাতপ্ৰাপ্ত অৱস্থাত পৰি থকা দেখিছিল। তেওঁ Animal Aid Societyক এই বিষয়ে অৱগত কৰিছিল। ইয়াৰ পিছতে সংগঠনটোৰ স্বেচ্ছাসেৱকসকলে […]